Breaking

ৰাম ৰহিমৰ অনুগামীক গুলীয়াই হত্যা কৰিলে পাঞ্জাৱত…

0 36

পুনৰ অশান্ত হৈ পৰিছে পঞ্জাৱ। বৃহস্পতিবাৰে পঞ্জাৱৰ ফৰিদকোটত ডেৰা চাচা ছৌদাৰ এজন অনুগামীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে ডেৰা চাচা ছৌদাৰ অনুগামীসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছে।

এই হত্যাকাণ্ডৰ পিছতে ডেৰা প্ৰধান গুৰমিত ৰাম ৰহিম সিঙৰ অনুগামীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষীক পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে পুৱা ফৰিদকোটৰ কোটকাপুৰাত পাঁচজন সশস্ত্ৰ লোকে প্ৰদীপ সিং ওৰফে দোধি নামৰ এজন স্থানীয় ডেৰা নেতাক গুলীয়াই হত্যা কৰে।

Leave A Reply