Breaking

ৰাম মন্দিৰ আৰু ৰাম লাল্লাৰ স্মাৰক মুদ্ৰা মুকলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

0 4,751

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাম লাল্লা আৰু অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰৰ থিম আধাৰিত মুদ্ৰাকে ধৰি তিনিটা স্মাৰক মুদ্ৰা মুকলি কৰে।

চৰকাৰী মালিকানাধীন ছিকিউৰিটি প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়াৰ (এছপিএমচিআইএল) ১৯ সংখ্যক প্ৰতিষ্ঠা অনুষ্ঠানত সীতাৰমণে ভগৱান বুদ্ধৰ এনলাইটেনমেণ্ট (সীমিত সংস্কৰণ – বুদ্ধ আৰু স্তুপৰ ছবিবোৰ মেট ফিনিচিঙৰ সৈতে অক্সিডাইজ কৰা হয়) আৰু বাই-মেটালিক ক্লেড সোভেনিয়াৰ মুদ্ৰাও মুকলি কৰে গ্ৰেটাৰ ৱান-হৰ্ণড ৰাইনো (এণ্ডেঞ্জাৰড এনিমেলছ অৱ ইণ্ডিয়া ছিৰিজৰ অংশ)ৰ ওপৰত।

Leave A Reply