Breaking

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

0 35

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।

সামাজিক মাধ্যমযোগে এই ভাবুকি প্ৰদান। ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ।

অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ দলে ।

Leave A Reply