Breaking

নগ্ন ফটোশ্বুটৰ পিছত কলা ৰঙৰ পোছাকত ৰণভীৰ সিঙ, অনুৰাগীয়ে কলে OMG

0 71

শুক্ৰবাৰে অনুষ্ঠিত বিখ্যাত ডিজাইনাৰ মনীষ মলহোত্ৰাৰ ফেশ্বন শ্ব’ত ৰণভীৰ সিঙে কৰে পত্নী দীপিকাৰ সৈতে ৰেম্প ৱাক ৷ ৰেম্প ৱাক কৰাৰ মাজতে ৰণভীৰে ভৰি চুই সেৱা কৰে মাতৃক ৷ ছ’চিয়েল মিডিয়া ইউজাৰে তাকে দেখি ক’লে – অ’ সংস্কৃতিৱান ল’ৰা

শুকুৰবাৰে নিশা বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ এটা শ্ব’ আছিল

বলীউডৰ বহু তাৰকাই অংশ গ্ৰহণ কৰে শ্ব’টোত

পত্নী দীপিকা পাডুকন আৰু মাতৃ-ভগ্নীৰ সৈতে মনীষ মলহোত্ৰাৰ শ্ব’ত উপস্থিত হয় ৰণভীৰ সিং ।

ইয়াত ৰণভীৰ-দীপিকাই আকৰ্ষণীয় ৰূপত ৰেম্প ৱাক কৰি সকলোৰে হৃদয় জয় কৰে ।

ৰেম্প ৱাকৰ সময়ত ৰণভীৰ সিঙে মাকৰ ভৰি চুইছিল ।

Leave A Reply