Breaking

বকো থানাৰ ভাৰপ্ৰাপ্ত ‌বিষয়া ৰত্নেশ্বৰ দাসৰ শোকাৱহ মৃত্যু

0 1,332

বকো : কালি বৃহৎ গাড়ী চু‌ৰি চক্ৰ উত্‍খাত ক‌ৰিছিল সুদক্ষ আৰক্ষী বিষয়াগৰাকীয়ে। এমাহ পূৰ্বে বিষয়া গৰাকীয়ে কৰ্মত যোগদান কৰিছিল বকো আৰক্ষী চকীত ৷ এজন সাহসী আৰু নিষ্ঠাবান পুলিচ বিষয়া আছিল প্ৰয়াত ৰত্নেশ্বৰ দাস ৷ বিষয়া গৰাকীৰ মৃত্যুত গৃহভুমি নলবাৰীৰ লগতে বকোত এক গভীৰ শোকৰ ছাঁ পৰে ৷

Leave A Reply