Breaking

পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’-ছত্তিশগড় উচ্চ ন্যায়ালয়…

0 28

‘পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’।

পৰিয়াল আদালতৰ এক নিৰ্দেশ বাতিল কৰি এই ৰায় ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ।

কোনো ব্যক্তিৰ অজ্ঞাতে ফোন ৰেকৰ্ডিং কৰাটো সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰ ভংগ কৰা।

Leave A Reply