Breaking

বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীৰ দেহাৱসান…

0 93

বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীৰ দেহাৱসান৷ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ভৱেশ গোস্বামীৰ৷

অসুস্থ হৈ দীৰ্ঘদিনে শয্যাশায়ী হৈ আছিল ভৱেশ গোস্বামী৷

১৯৭৬ত আকাশবাণী ডিব্ৰুগড় বাদ্যযন্ত্ৰী হিচাপে যোগদান কৰিছিল ভৱেশ গোস্বামীয়ে৷

Leave A Reply