Breaking

বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষকৰ পৰলোকপ্ৰাপ্তি

0 1,535

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যোৰহাট বিদ্যুৎ ভৱনৰ  অৱসৰপ্ৰাপ্ত অধীক্ষক  তথা  বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা ষ্টেচন নিবাসী কুমুদ চন্দ্ৰ দাস (৭৪ ) ৰ ২৬ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত  পৰলোকপ্ৰাপ্তি  ঘটে ।

ব্ৰেইন টিউমাৰত আক্ৰান্ত  হৈ  চিকিৎসাধীন  অৱস্থাত গুৱাহাটী চিকিৎসা  মহাবিদ্যালয়  হাস্পাতালত মৃত্যু হোৱা দাসে মৃত্যুৰ সময়ত পত্নীৰসৈতে দুজন পুত্ৰ আৰু দুজনী  কন্যাকে ধৰি বহুতো  আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় । সেয়েহে দাসৰ  মৃত্যুত  বৃহত্তৰ‌ ৰৌতা  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে  ।

Leave A Reply