Breaking

ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য…

0 114

ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য।

ইণ্ডিয়া A দলত স্থান পোৱা অসম সন্তান ৰিয়ানে দখল কৰিলে পাকিস্তানৰ এটা উইকেট।

চিৰবৈৰী পাকিস্তানৰ ছাহিবজাদা ফাৰহানক ৩৫ ৰানত আউট কৰালে ৰিয়ান পৰাগে।

Leave A Reply