Breaking

ধিঙৰ ধূপগুৰিত পথ দূৰ্ঘটনা

0 83

নগাঁও ধিং গড়কাপ্তানী পথতত ভংয়কৰ পথ দূৰ্ঘটনা। AS 01 DJ 3653 নম্বৰৰ মটৰ চাইকেলখন ধূপগুৰিৰ পৰা ধিং অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-21-AC- 1085 নম্বৰৰ এখন মালবাহী JETO গাড়ী তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় ভংয়কৰ এই দূৰ্ঘটনা। দূৰ্ঘটনা সংগঠিত কৰি মালবাহী JETO গাড়ীখন পলাই যাবলৈ সক্ষম হয়।বৰ্তমান অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে যুৱক আঘাতপ্ৰাপ্ত যুৱক জনক।দূৰ্ঘটনাত আহত হোৱা যুৱকজনৰ নাম জোৱাইদ আহমেদ।

ধিঙৰ পৰা কলিম উদ্দিন আহমেদৰ প্ৰতিবেদন

Leave A Reply