Breaking

১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা ! নির্বাচন আয়োগে বিবৃতি যোগে জনালে এই তথ্য…

0 13


৭৫ বছৰীয়া ইতিহাসত নজিৰবিহীন ঘটনা। ১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা
১৩ এপ্রিললৈ দেশত নগদ ধনসহ ৪,৬৫৮.১৬ কোটি টকা মূল্যৰ সামগ্রী জব্দ


ইয়াৰে নগদ ধন জব্দ ৩৯৫.৩৯ কোটি টকা । প্রায় ৪৮৯.৩১ কোটি টকা মূল্যৰ অবৈধ সুৰা জব্দ
২,০৬৮.৮৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ । ৫৬২.১০ কোটি টকা মূল্যৰ সোণকে ধৰি মূল্যৱান সামগ্রী জব্দ ।


১,১৪২.৪৯ কোটি টকা মূল্যৰ অন্যান্য সামগ্রী জব্দ । নির্বাচন আয়োগে বিবৃতিযোগে জনালে এই তথ্য
দেশত ২০১৯ত জব্দ হৈছিল ধনসহ ৩,৪৭৫ কোটি টকা মূল্যৰ সামগ্ৰী

Leave A Reply