Breaking

ইউক্ৰেইন সৈন্যৰ হাতত ধৰাশায়ী ৰাছিয়াৰ সৈন্য।

0 1,047

ইউক্ৰেইনৰ চহৰ কিভত আক্ৰমণ কৰাৰ পিছতে দেওবাৰে খাৰকীভত প্ৰৱেশ কৰিলে ৰাছিয়ান সৈন্য।খাৰকীভত প্ৰৱেশ কৰি ৰাছিয়াৰ সৈন্যসকলে বিস্ফোৰিত কৰে গেছৰ পাইপলাইন।কিন্তু, ইউক্ৰেইনৰ সৈন্যৰ হাতত ধৰাশায়ী হ’ল ৰাছিয়াৰ সৈন্য।ৰাছিয়াৰ সেনাই আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত মিলিত হ’ব বিচাৰিছে।

Leave A Reply