Breaking

বিহাৰত নিৰ্বাচনী হিংসাত পাটনাৰ পুনপুনত JD(U)ৰ যুৱনেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা…

0 16

বিহাৰত নিৰ্বাচনী হিংসাৰ চৰম পৰ্যায়। পাটনাৰ পুনপুনত JD(U)ৰ নেতাক গুলীয়াই হত্যা।

নিহত JD(U)ৰ যুৱনেতা সৌৰভ কুমাৰ। বাইকেৰে আহি সৌৰভ কুমাৰক গুলীচালনা ৪ দুৰ্বৃত্তৰ।

দুটাকৈ গুলী লাগে সৌৰভ কুমাৰৰ মূৰত। পুৱতিনিশা সংঘটিত এই ভয়ংকৰ ঘটনা।

Leave A Reply