Breaking

দৰঙত ১৪৪ ধাৰা জাৰি

0 67

মঙলদৈ

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ লগত সমান্তৰালকৈ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে গোটেই বিশ্ব বিয়পি পৰা ক’ভিড-১৯ সংক্ৰমণৰ পৰা জনসাধাৰণৰক ৰক্ষা কৰিবলৈ গ্রহণ কৰা লৰডাউনৰ অংশ হিচাপে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা সান্ধ্য আইন দৰ‌ং জিলাতো তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ জাৰি কৰিছে দৰ‌ং জিলা দণ্ডাধীশে৷ ১৮ মে’ ৰ পৰা ৩১ মে’ লৈকে জাৰি কৰা এই সান্ধ্য আইন জৰুৰী সেৱা আৰু সা-সামগ্ৰী কঢ়িওৱা যান-বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷

Leave A Reply