Breaking

চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ আত্মহত্যা

0 170

চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ আত্মহত্যা । চাৰ্ভিচ পিষ্টলে নিজ মূৰত গুলি কৰি আত্মহত্যা।
জানিব পৰা নাই এতিয়া লৈকে মৃত্যুৰ কাৰণ ।

উচ্চ পদস্ত আৰক্ষী বিষয়া আহি তদন্ত আৰম্ভ ।অঞ্চল জুৰি ভীষণ চাঞ্চল্য । আৰক্ষী চকীৰ কাষত থকা নিজ কোৱাটাৰত আত্মহত্যা । দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে জিৰণি লবলৈ আহিছিল ৰুমলৈ ।

Leave A Reply