Breaking

যোৰহাটৰ এখন নৃত্য বিদ্যালয়ত নৃত্য শিক্ষক সুমিত দাস গুপ্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

0 30

যোৰহাটৰ এখন নৃত্য বিদ্যালয়ত ছাত্ৰীক নিৰ্মম প্ৰহাৰ। নৃত্য শিক্ষক সুমিত দাস গুপ্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।

সহায়ক চন্দ্ৰ তাঁতীৰ বিৰুদ্ধেও মাৰপিটৰ অভিযোগ উত্থাপন । বি এণ্ড এছ ডান্স কোম্পানী নামৰ নৃত্য বিদ্যালয়ত এই ঘটনা।

ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ অভিভাৱকৰ।

Leave A Reply