Breaking

আহি আছে ‘শক্তিমান’! ২০০-৩০০ কোটি টকাৰ বাজেটেৰে ই হ’ব এখন বিশাল ছবি; অভিনয় কৰিব অভিনেতা মুকেশ খান্নাই

0 185

অভিনেতা মুকেশ খান্নাই প্ৰকাশ কৰিছে যে ‘শক্তিমান’ ছবিখনৰ চুক্তি স্বাক্ষৰিত হৈছে।

“এইখন বহুত ডাঙৰ লেভেলৰ ছবি৷ ছবিখনত খৰচ হ’ব ২০০-৩০০ কোটি আৰু ইয়াক চনী পিকচাৰ্ছে নিৰ্মাণ কৰিব৷ যিয়ে স্পাইডাৰ-মেন নিৰ্মাণ কৰিছিল; কিন্তু ই পলম হৈ থাকিল, প্ৰথমতে, মহামাৰী আছিল..” ৷ মই ঘোষণা কৰিছিলোঁ যে, চিনেমাখন হৈ আছে।’ – মুকেশ খান্না

Leave A Reply