Breaking

শৰণীয়া কছাৰী জনগোষ্ঠীৰ গান,নাচৰ ভিডিঅ’ উন্মোচন

0 2,067

ওদালগুৰি জিলাৰ টংলা কলাইগাওৰ নিজডলাত জনগোষ্ঠীয় নাচ-গান আচাৰ ব্যৱহাৰৰ ৰীতি-নীতি সম্পৰ্কীয় ভিডিঅ’ উন্মোচন কৰা হয় । তপন ডেকা শৰণীয়া, অৰুণ শৰণীয়া , প্ৰাঞ্জল দাস শৰণীয়াৰ লগতে সমুহীয়া ভাৱে উন্মোচন কৰে। কথা সুৰ প্ৰয়োজনা ৰূপম শৰণীয়া কন্ঠ নিতুল শৰণীয়াৰ । উল্লেখ্য যে প্ৰবীণ সিং শৰণীয়া বিশেষ প্ৰচেষ্টাত সংগঠিত শৰণীয়া কছাৰী ছাত্ৰ শিক্ষা নিধিৰ জন্ম হৈছিল । তেওঁলোকৰ উদ্দেশ্য উৎসা প্ৰেৰণা দিয়াৰ ।সেই হিচাপে ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা দিয়াৰ বাবে এখনি ৰাজহুৱা সভা আয়োজন কৰিছিল আৰু তাতেই নাচ-গানৰ ভিডিঅ’ উন্মোচন কৰে । আশা কৰে যে সকলো দৰ্শকে আকোঁৱালি ল’ব ।

Leave A Reply