Breaking

গহপুৰ ৰজাবাৰী বেলগুৰি সত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ

0 120

গহপুৰ ৰজাবাৰী বেলগুৰি সত্ৰৰ আচাৰ্য অনেশ্বৰ কুটুম আতা ক্ষেত্ৰত ১১,১২ আৰু ১৩ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ।

ইতিমধ্যে উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অনুষ্ঠানত ধৰ্মীয় আলোচনা সভাৰ লগতে প্ৰদৰ্শন কৰা হব মহাপুৰুষীয়া নাট ভাওনা।

গহপুৰৰ পৰা ৰাজীব বৰুৱা প্ৰতিবেদন

Leave A Reply