April 30, 2021 সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান । Share FacebookTwitterWhatsAppTelegramKooEmail সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ।তেওঁ ” সৰু বোৱাৰী” ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল । ভ্ৰাম্যমাণ থিয়েটাৰতো সঙ্গীত পৰিচালনা কৰিছিল । Author: দৈনন্দিন বাৰ্তা Related Articles Shah Rukh Khan: আঘাতপ্ৰাপ্ত শ্বাহৰুখ খানঃ ৩০ দিন থাকিব জিৰণিত, চিকিৎসা কৰা হ’ব আমেৰিকাত দৈনন্দিন বাৰ্তা - July 19, 2025 Surabhi Das: ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত, নিটেশ তিৱাৰী পৰিচালিত “ৰামায়ণ”ত অভিনয় সুৰভি দাসৰ দৈনন্দিন বাৰ্তা - July 19, 2025 Sawan 2025: শাওণত শিৱৰ আশীৰ্বাদত ৫ ৰাশি লোকৰ বাঢ়িব উপাৰ্জন! এই পাঁচ ৰাশি কি কি ? দৈনন্দিন বাৰ্তা - July 19, 2025