Breaking

APSCৰ পৰীক্ষা কেলেংকাৰিৰ অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT…

0 18


অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT
প্ৰসংগ: APSCৰ পৰীক্ষা কেলেংকাৰি
অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT


গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাত তদন্তৰ খতিয়ান দিলে SITয়ে
বন্ধ খামৰ ভিতৰত
জমা SITৰ
তদন্তৰ খতিয়ান ন্যায়ালয়ত


নিৰ্ধাৰিত সময় উকলাৰ পাছতো তদন্ত শেষ
কৰিব পৰা নাই SITয়ে
যাক লৈ ন্যায়ালয়ত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল SIT

Leave A Reply