Breaking

নাজিৰাৰ ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডৰী স্কুলত শিৱসাগৰ দিৱস

0 90

আজি এক ১জুলাই।১৯৮৩চনৰ ১জুলাই তাৰিখৰ দিনা আহোম যুগৰ ইতিহাসে গৰকা শিৱসাগৰক পৃথক জিলা হিচাপে ঘোষণা কৰা হৈছিল।সেয়েহে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ জন্ম দিনটো ১জুলাই তাৰিখে “শিৱসাগৰ দিৱস”হিচাপে পালন কৰি আহিছে জিলা প্ৰশাসনে।

শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈৰ নিৰ্দেশ মৰ্মে আজি নাজিৰাৰ বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলতো উদ্‌যাপন কৰা হয় শিৱসাগৰ দিৱস।এই শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি নাজিৰাৰ বালিঘাট ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডৰী স্কুলত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আমাৰ সপোনৰ শিৱসাগৰ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয়।

Leave A Reply