October 26, 2022 শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হোৱাৰ বাবে নতুন দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়… Share FacebookXWhatsAppTelegramKooEmail নতুন দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। সম্প্ৰতি অখিল গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু দৈনন্দিন বাৰ্তা - October 18, 2026 চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ দৈনন্দিন বাৰ্তা - October 4, 2026