Breaking

নেপালত ভয়ংকৰ ভূমিকঁম্পত ৬ জন নিহত…

0 33

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছম’লজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।

বুধবাৰে পুৱতি নিশা নেপালত এক ভয়ানক ভূমিকঁম্পত কেইবাজনো লোকৰ মৃত্যু হয়। জানিব পৰা মতে এতিয়ালৈকে ভূমিকঁম্পত নিহত ব্যক্তিৰ সংখ্যা ৬ জন। আনহাতে ৫ জনকৈ লোক গুৰুত্বৰ ভাবে আহত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছম’লজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল খাপ্তদ ৰাষ্ট্ৰীয় উদ্যান।

Leave A Reply