Breaking

অচিৰেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিব প্লাজমা ৱাৰিয়ৰছ নামেৰে এক বিশেষ অভিযান

0 1,277

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা চিকিৎসাৰ বাবে দিল্লী আৰক্ষীৰ ২,৫০০ বিষয়া- জোৱানে দান কৰিব প্লাজমা। অচিৰেই দিল্লী আৰক্ষীয়ে প্লাজমা ৱাৰিয়ৰছ নামেৰে আৰম্ভ কৰিব এক অভিযান। ইতিমধ্যেই দিল্লী আৰক্ষীৰ ২৬ গৰাকী আৰক্ষীয়ে দান কৰিছে প্লাজমা। কিছুদিনৰ পাছতে বহু কেইগৰাকীমান আৰক্ষীয়ে দান কৰিব প্লাজমা। পিছৰ পৰ্যায়ত ক্ৰমান্বয়ে কোৰোনাত আক্ৰান্ত আৰক্ষীৰ বিষয়া- জোৱানে লোকসকলে দান কৰিব প্লাজমা।

Leave A Reply