ক্রীড়া-জগত

২০১০ চনৰ কৃতিত্ব পুনৰ গঢ়িব বিৰাট কোহলীয়ে…

বিশ্বৰ মহান বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিৰাট কোহলী। কিয় তেওঁক বিশ্বৰ মহান বেটছমেনৰ লগত তুলনা কৰা হয়। কোনো ক্ৰিকেট প্ৰেমিকক কোৱাৰ প্ৰয়োজন নাই।...

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি

প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক। উল্লেখ কৰিব পাৰি...

ভৱানী দেৱীয়ে ৰচনা কৰিলে ইতিহাস; এছিয়ান ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পদক লাভ

ভাৰতৰ শীৰ্ষ ফেন্সাৰ ভৱানী দেৱীয়ে সোমবাৰে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত মহিলাৰ সাব্ৰে ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস লিখিবলৈ সক্ষম হয়। এই উল্লেখযোগ্য কৃতিত্বই মহাদেশীয় মিটত...

পিলিক চৌধুৰী, দেউকণ আৰু নৃপেন্দ্র নাৰায়ণ সিংহ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

প্ৰি-সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া, মৰিগাঁও তত্ত্বাৱধানত আগন্তুক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন...

বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সুখবৰ। প্ৰতিবন্ধকতা নেওচি দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমীয়া ছোৱালী ক্ৰিকেটাৰ। অসমৰ এগৰাকী দৃষ্টিহীন মহিলা...

Popular