Breaking

ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত:ক্লাৱ ফুটবল টুৰ্নামেণ্ট…

0 42

ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত:ক্লাৱ ফুটবল টুৰ্নামেণ্ট। ওদালগুৰি জিলাৰ ভেৰগাঁও এথ্‌লেটিকচ ক্লাৱৰ সৌজন্যত বুধবাৰৰ পৰা ভেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ষষ্ঠ বাৰ্ষিক আন্তঃক্লাব প্ৰাইজমাণি ফুটবল টুৰ্নামেন্ট আৰম্ভ হৈছে ৷

আৰম্ভণি খেলত চনবাৰী এফ চি দলে টোটলাপাৰা ইমানুৱেল এফ চিৰ মুখামুখী হয় ৷

Leave A Reply