Breaking

Browsing Category

ক্রীড়া-জগত

১৯ বছৰ অনুৰ্ধ অসম মহিলা ক্ৰিকেট দলৰ অধিনায়ক বোকাখাতৰ অমন্তিকা মুণ্ডা…

উমা ছেত্ৰীৰ সাফল্যৰ পাছতে ক্ৰীড়াৰ ক্ষেত্ৰখনত বোকাখাতৰ বাবে পুনৰ এটা ভাল খবৰ ৷ এইবাৰ ৰাজ্যিক প্ৰেক্ষাপটত জিলিকিছে বোকাখাতৰ জীয়ৰীৰ নাম।
Read More...

নেপালক পৰাস্ত কৰি মহিলা কাবাডীৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…

এছিয়ান গেমছৰ মহিলা কাবাডীৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ৷ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত নেপাল৷
Read More...

খেলৰ দুদিনৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমান গীল। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বিশ্বকাপৰ প্ৰথমখন মেচত ভাগ…

৮ অক্টোবৰত চেন্নাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ প্ৰথমখন মেচ। ডেংগুত আক্ৰান্ত হয় ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শুভমান গীল। গীলৰ ডেংগু পজিটিভ পোৱা গৈছে আৰু সেয়েহে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত
Read More...

মালেইছিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পি়নশ্বিপত চতুৰ্থ স্থান লাভ মিলনপুৰৰ ডেইজী হাজৰিকাৰ

তেজপুৰৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে সু খবৰ । তেজপুৰ মিলনপুৰৰ দেইজী হাজৰিকাই মালেইছিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পি়নশ্বিপত চতুৰ্থ স্থান লাভ কৰে। শোনিতপুৰ জিলা ঐতিয্য মণ্ডিত তেজপুৰৰ মিলনপুৰৰ অসম কন্যা শ্ৰী ডেইজী হাজৰিকাই সুনাম কঢ়িয়াই অনা আৰু
Read More...

জিএছএ বি আৰু চি ডিভিজন লীগ, ৰাজবাৰী আৰু নাৰেংগী ৰয়েল্‌ছৰ জয়

ৰাজবাৰী এথলেটিক ক্লাব আৰু নাৰেংগী ৰয়েল এফচিয়ে বৃহস্পতিবাৰে গুৱাহাটী ক্ৰীড়া সন্থাই নেহৰু ষ্টেডিয়ামত আয়োজন কৰা ২০২৩-২৪ বৰ্ষৰ বি আৰু চি ডিভিজন ফুটবল লীগত জয় সাব্যস্ত কৰিছে ৷ বি
Read More...

আজিৰ পৰা ক্ৰিকেটৰ মহাৰণ। ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ আৰম্ভণি উদযাপন গুগল ডুডলৰ…

আজিৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'ব উদ্বোধনী মেচ। গুগল ডুডলেও আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ আৰম্ভণি উদযাপন কৰে।
Read More...

মালেছিয়াত অনুষ্ঠিত জুনিয়ৰ শাখাৰ আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেল প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন ঢেকীয়াজুলিৰ…

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ গড়মাৰা পথাৰ গাঁৱৰ যুৱক পাৰছ লিম্বুৱে৷
Read More...

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ ‘এছিয়ান গেমছত অসমৰ খেলুৱৈ’ গ্ৰন্থ উন্মোচন

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পঞ্চমখন গ্ৰন্থ "এছিয়ান গেমছত অসমৰ খেলুৱৈ" বুধবাৰে উন্মোচন কৰা হয়। চীনৰ হংজাওত চলি থকা উনবিংশতিতম এছিয়ান গেমছৰ মাজতে গুৱাহাটীৰ হোটেল গেটৱে গেন্ডৱেৰত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে
Read More...

এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়

পুনৰ উজ্বলিল ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁই। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়। চীনৰ প্ৰতিদ্বন্দী লি কিউয়ানৰ বিপৰীতে এছিয়াডৰ ৰিঙত নামি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল অসম কন্যাগৰাকীয়ে।
Read More...

মালেছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব পাৰছ…

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ তৰাজান বঙালী গাঁৱৰ যুৱক পাৰছ লিম্বুৱে। উক্ত পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়
Read More...