Breaking

Browsing Category

ক্রীড়া-জগত

এছিয়ান গেমছত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড…

T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড। এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিং এয়াৰীয়ে বুধবাৰে মাত্ৰ ৯টা বলত টি-২০ ক্ৰিকেটত ৫০ ৰাণ কৰি গঢ়িলে নতুন ৰেকৰ্ড।
Read More...

এছিয়ান গেমছত ভাৰতৰ স্বৰ্ণ জয় ! একুৱেষ্ট্ৰিয়ান ড্ৰেছাজত সোণৰ পদক অৰ্জন ভাৰতীয় টীমৰ…

এছিয়ান গেমছত ভাৰতৰ স্বৰ্ণ জয়। একুৱেষ্ট্ৰিয়ান ড্ৰেছাজত সোণৰ পদক অৰ্জন ভাৰতীয় টীমৰ।
Read More...

এছিয়ান গেমছ ২০২৩ হকীঃ ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত…

এচিয়ান গেমছত পুৰুষৰ হকীত ভাৰতৰ দ্বিতীয় জয়। লীগত ছিংগাপুৰক ১৬-১ গলত পৰাস্ত কৰে ভাৰতে। ৪টাকৈ গ’লেৰে অধিনায়ক হৰমনপ্ৰীত সিঙৰ হেট্ৰিক অৰ্জন। খেলখনত ভাৰতৰ ৯জনকৈ খৈলুৱৈয়ে দিয়ে গল।
Read More...

ক্ৰিকেট বিশ্বকাপ ২০২৩: ভিছা বিতৰ্কৰ পিছত ২৭ ছেপ্টেম্বৰত ভাৰতত অৱতৰণ কৰিবলৈ সাজু বাবৰ আজমৰ পাকিস্তানৰ…

পাকিস্তানৰ ভিছা সমস্যা অৱশেষত সমাধান হৈছে। এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে বুধবাৰে বাবৰ আজম ভাৰতত উপস্থিত হোৱাৰ কথা আছে। একেবাৰে শেষ মুহূৰ্তত, পাকিস্তান দলটোৱে মঙলবাৰে ভিছা পোৱাৰ কথা আছিল যদিও সোমবাৰেই সমস্যাটোৰ সমাধান কৰা হয়, বাবৰে অৱশ্যে
Read More...

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ দেওবাৰে নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ
Read More...

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি কলা কেন্দ্ৰত খনামুখ সেউজী যুৱক সংঘৰ উদ্যোগত ৱেইটলিফটিং একাডেমিৰ চিলেকশ্যন
Read More...

ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ…

আই পি এলৰ পূৰ্বে আন্তঃৰাজ্যিক ক্ৰিকেটত শক্তি প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ। ফাইনেলত শতকৰ বাবে 'প্লেয়াৰ অৱ দ্য মেচ'ৰ সন্মান ৰিয়ানলৈ। চলিত ছিজনৰ আই পি এলৰ পূৰ্বে স্বমহিমাৰে উজলি উঠিল ৰিয়ান পৰাগ
Read More...