Breaking

Browsing Category

ক্রীড়া-জগত

বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতৰ বিশ্বকাপ দল…

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩। মঙলবাৰে বিচিচিআই এ ঘোষণা কৰে ভাৰতৰ বিশ্বকাপ দল।৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰম্ভ হ’ব আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ। ঘোষণা কৰা হ’ব ১৫ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰা হ’ব। ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপত আছে
Read More...

এছিয়া কাপ ২০২৩ৰ পইণ্ট টেবুলঃ নেপালৰ বিৰুদ্ধে জয়লাভ কৰি ছুপাৰ ফ’ৰত ভাৰত

এছিয়া কাপ ২০২৩ৰ গ্ৰুপ এ পইণ্ট তালিকাৰ শীৰ্ষত থকা পাকিস্তানে দুখন মেচৰ পৰা ৩ পইণ্ট লাভ কৰি ছুপাৰ ফ'ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এটা পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰত, কোনো পইণ্ট নোহোৱাকৈয়ে শেষত আছে নেপাল। গ্ৰুপ বিত শ্ৰীলংকাই দুটা
Read More...

লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল…

অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ
Read More...

দিখৌমুখত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৩সংখ্যক ওপজা দিন উদযাপন

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৩ সংখ্যক ওপজা দিন দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবে খেলুৱৈ, প্ৰশিক্ষক, সংগঠক, অভিভাৱক, বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ ক্লাব চৌহদত উদযাপন কৰে৷ পুৱা শতাধিক খেলুৱৈৰ
Read More...

১৪ বছৰ অনুৰ্ধ্ব অসম মহিলা ফুটবল দলত লখিমপুৰৰ তনয়া বিৰিণাঃ অংশ ল’ব আন্তঃৰাজ্যিক ফুটবল খেলত… 

লখিমপুৰ জিলাৰ  ৰামপুৰৰ নিৱাসী তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ এ ই অশোক পেগু আৰু সুভদ্ৰা পেগুৰ সুযোগ্য তনয়া বিৰিণা পেগুৱে ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল দলত স্থান লাভ কৰিছে ৷ স্বাধীনতাৰ ৭৬ বছৰৰ পিছত অসম মহিলা ফুটবল দলত স্থান লাভ কৰা
Read More...

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে…

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে। এছিয়ান গেমছৰ দ্বিতীয় তালিকাত সন্নিবিষ্ট হ'ব অম্লানৰ নাম। যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইয়ে এছিয়ান গেমছত স্থান হেৰুৱাইছিল। পুৰুষৰ ২০০ মিটাৰত যোগ্যতা অৰ্জন কৰিও স্থান
Read More...

আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান…

আজি ভাৰত-পাকিস্তানৰ মহাৰণ হ'ব। আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান। বিয়লি ৩-০০ বজাত এছিয়া কাপৰ সমুখ সমৰত নামিব ভাৰত বনাম পাকিস্তান।
Read More...

এন এইচ টি টি এফত টেবুল টেনিছ খেলুৱৈ সকলৰ মাজত জাৰ্ছী বিতৰণ

গুৱাহাটীৰ বেলতলাস্থিত অসমৰ এক আগশাৰীৰ ক্ৰীড়ানুষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে (এন এইচ টি টি এফ) সোমবাৰে পেডলাৰ সকলৰ মাজত জাৰ্ছী বিতৰণ কৰে।
Read More...