Breaking

Browsing Category

ক্রীড়া-জগত

প্ৰাক্তন টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ মৃত্যু

প্ৰাক্তন খ্যাতনামা ৰাজ্যিক টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ বুধবাৰে আকস্মিক বিয়োগ ঘটে। গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে সকলো সদস্যৰ হৈ তেওঁৰ
Read More...

ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য…

ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য। ইণ্ডিয়া A দলত স্থান পোৱা অসম সন্তান ৰিয়ানে দখল কৰিলে পাকিস্তানৰ এটা
Read More...

বাংলা বক্সিং ষ্টেডিয়াম বেল্ট লাভ কৰা ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত আশীষ ৰমন ছেঠী…

বাংলা বক্সিং ষ্টেডিয়াম বেল্ট লাভ কৰা ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় আশীষ ৰমন ছেঠী। নিশাৰ আটাইতকৈ দ্ৰুততম নকআউটত ভাৰতীয় যুঁজাৰুগৰাকীয়ে নিজৰ জীৱনৰ আটাইতকৈ কঠিন যুঁজখন জয় কৰি ভাৰতীয় মানচিত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ কঠিন পথৰ সৈতে
Read More...

তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি, ৰাভা হাছং ক্ৰীড়া সন্থালৈ চেম্পিয়নৰ খিতাপ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২১ জুনৰ পৰা দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰু ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতা (লৰা-ছোৱালী)ৰ শনিবাৰে
Read More...

এছঅ’এছ ভিলেজত গুৱাহাটী চিটী এফচিৰ ফুটবল শিবিৰৰ সামৰণি

নিজৰ সামাজিক সম্পৰ্ক কাৰ্যসূচী অব্যাহত ৰাখি গুৱাহাটী চিটী এফচিয়ে আজাৰাৰ এছঅ’এছ শিশু গ্ৰামত আয়োজন কৰা ফুটবল প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে৷
Read More...

আজি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ওপজা দিন। ৭৪ বছৰীয়া হ’ল প্ৰাক্তন ক্ৰিকেটাগৰাকী…

আজি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ওপজা দিন। ৭৪ বছৰীয়া হ’ল প্ৰাক্তন ক্ৰিকেটাগৰাকী। সুনীল গাভাস্কাৰৰ জন্মদিন উপলক্ষে বিচিচিআইয়ে টুইট কৰি শুভেচ্ছা জনায়। টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে নিজৰ কেৰিয়াৰত বহু সাফল্য অৰ্জন
Read More...

৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ সফল সমাপন

অসম সাঁতোৰ সংস্থাৰ দ্বাৰা সৰুসজাইস্থিত ড° জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আয়োজিত ৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ দেওবাৰে সন্ধিয়া সফলতাৰে সমাপ্তি হয়। প্ৰতিযোগিতাখনিত অসমৰ সকলো জিলাৰ অভিলেখ সংখ্যক ৫২০ গৰাকী অংশগ্ৰহণকাৰীয়ে
Read More...

তেজপুৰত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ইয়াৰে স্থানীয় ঐতিহাসিক পলʼফিল্ডত এক ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে।
Read More...

প্ৰথম টি-২০ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতৰ মহিলা দলে

প্ৰথমখন এদিনীয়া খেলত ভাৰতৰ মহিলা দলে বাংলাদেশক ৭ উইকেটত সহজে পৰাস্ত কৰে। অধিনায়ক হৰমনপ্ৰীত কৌৰে অৰ্ধশতক অৰ্জন কৰে। স্পিনাৰসকলেও ভাল বলিং কৰে। টি-২০ শৃংখলাত ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে।
Read More...