Breaking

Browsing Category

ক্রীড়া-জগত

আজিৰে পৰা আৰম্ভ মহিলা টি-২০। আজি বাংলাদেশৰ বিৰুদ্ধে খেল-পথাৰত নামিব হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয়…

বাংলাদেশ মহিলা বনাম ভাৰতীয় মহিলা, তিনিখন মেচ T-20 । হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰত মহিলা ক্ৰিকেট দলটোৱে আজিৰে পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ টি-২০ শৃংখলাত বাংলাদেশৰ মহিলাৰ বিৰুদ্ধে নামিব। আনহাতে, বাংলাদেশে তিনিখন মেচৰ টি-২০ শৃংখলাত
Read More...

আন্তঃস্কুল ফুটবলত চামতা উচ্চতৰ মাধ্যমিক আৰু ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন

টিহু, চামতা, নলবাৰী আৰু ধমধমা এই চাৰিটা মণ্ডল ভিত্তিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত অনুষ্ঠিত হোৱা আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱা দলৰ মাজত শনিবাৰে পুৱা ৯ বজাত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত চুড়ান্ত খেল অনুষ্ঠিত হৈ
Read More...

সদৌ অসম আন্ত:জিলা মুকলি দবাত তৃতীয়বাৰলৈ চেম্পিয়ন ৰাহুল

৪৬ সংখ্যক সদৌ অসম আন্ত:জিলা মুকলি দবা প্ৰতিযোগীতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কাছাৰৰ ৰাহুল চ'ৰম সিঙৰ। দবা প্ৰতিযোগিতা খনৰ চূড়ান্ত তথা নৱম ৰাউণ্ডত অভিযুক্ত নীলভজ্যোতি বৰঠাকুৰে মুখা মুখি হোবা তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক খেলত শেষ হাঁহি মাৰে ৰাহুলে।
Read More...

এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে জিম্বাবুৱে

একেৰাহে দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই জিম্বাবুৱে। স্কটলেণ্ডৰ বিৰুদ্ধে শেষবাৰৰ বাবে
Read More...

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ…

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী। উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে ।
Read More...

উত্তৰ আয়াৰলেণ্ডত সাঁতোৰ বিষয়ত গৱেষণাৰ বাবে ফেল’চিপ লাভ ডিমৌ লখিমীনগৰ মেক্স ইন্দু ফুকনৰ

শিৱসাগৰ জিলাৰ ডিমৌৰ মেক্স ইন্দু ফুকনে সাঁতোৰ বিষয়ত গৱেষণা কৰিবৰ বাবে ভাইচ চেনেলৰ ৰিৰ্চাজ স্কলাৰস্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ডিমৌ লখিমীনগৰ নিবাসী মুকুন্দ ফুকন আৰু ইন্দিৰা বুঢ়াগোঁহাই ফুকনৰ একমাত্ৰ
Read More...

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য আৰু মুখ্য উপদেষ্টা হ’ল মুখ্যমন্ত্ৰী; ক্ৰীড়া উন্নয়নৰ পৰিকল্পনাত…

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দেৱজিত শইকীয়াৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° শৰ্মাক তেওঁৰ কাৰ্যালয়ত
Read More...

‘ৰাহুল বিয়া পাতা, বয়স এতিয়াও আছে’ লালু প্রসাদ যাদৱ…

'ৰাহুল বিয়া কৰাই লোৱা, বয়স এতিয়াও আছে' লালু প্রসাদ যাদৱ...! বিৰোধী দলসমূহৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰাৰ পাছত লালু প্রসাদ যাদৱে ৰাহুল গান্ধীক ভাৰত জোডো যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰশংসা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘তুমি
Read More...

২০১০ চনৰ কৃতিত্ব পুনৰ গঢ়িব বিৰাট কোহলীয়ে…

বিশ্বৰ মহান বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিৰাট কোহলী। কিয় তেওঁক বিশ্বৰ মহান বেটছমেনৰ লগত তুলনা কৰা হয়। কোনো ক্ৰিকেট প্ৰেমিকক কোৱাৰ প্ৰয়োজন নাই। এতিয়া কোহলীয়ে আৰু এটা ডাঙৰ অভিলেখ গঢ়িব, যিটো ১৩ বছৰ আগতে অৰ্থাৎ ২০১০ চনত হৈছিল।
Read More...

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি

প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক। উল্লেখ কৰিব পাৰি যে প্ৰিমিয়াৰ হেণ্ডবল লীগ হৈছে
Read More...