Breaking

Browsing Category

ক্রীড়া-জগত

ভৱানী দেৱীয়ে ৰচনা কৰিলে ইতিহাস; এছিয়ান ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পদক লাভ

ভাৰতৰ শীৰ্ষ ফেন্সাৰ ভৱানী দেৱীয়ে সোমবাৰে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত মহিলাৰ সাব্ৰে ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস লিখিবলৈ সক্ষম হয়। এই উল্লেখযোগ্য কৃতিত্বই মহাদেশীয় মিটত ভাৰতৰ প্ৰথমটো
Read More...

পিলিক চৌধুৰী, দেউকণ আৰু নৃপেন্দ্র নাৰায়ণ সিংহ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

প্ৰি-সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া, মৰিগাঁও তত্ত্বাৱধানত আগন্তুক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত কৰিবলৈ ঠিৰাং কৰা হৈছে
Read More...

বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সুখবৰ। প্ৰতিবন্ধকতা নেওচি দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমীয়া ছোৱালী ক্ৰিকেটাৰ। অসমৰ এগৰাকী দৃষ্টিহীন মহিলা খেলুৱৈয়ে বাৰ্মিংহামত অনুষ্ঠিত
Read More...

ৰাষ্ট্ৰীয় স্কুল গেমছ টেনিছত অন্তৰীক্ষ তামূলীৰ ৰূপৰ পদক অৰ্জন

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এই বহু ইভেণ্টৰ প্ৰতিযোগিতাৰ ১২ জুন, সোমবাৰে সামৰণি পৰে। নতুন দিল্লীৰ এন চি টিত অনুষ্ঠিত ল'ৰাৰ ১৯ বছৰ অনূৰ্দ্ধ
Read More...

দিখৌমুখত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পদক বিজয়ী ভাৰোত্তোলক বৰ্ণালীক সম্বৰ্দ্ধনা

নতুন দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰা দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবৰ খেলুৱৈ - প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলক বৰ্ণালী বড়াক সোমবাৰে ক্লাবৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷
Read More...

৯খন চহৰত আয়োজন কৰা হ’ব বিশ্বকাপ ২০২৩। পাকিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে…

ড্ৰাফ্ট সূচী অনুসৰি ভাৰতৰ WC ২০২৩ মেচ আয়োজন কৰিব ৯খন চহৰত। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ড্ৰাফট সূচী অনুসৰি ভাৰতে ৯খন চহৰত নিজৰ লীগ মেচ খেলাৰ কথা ঘোষণা কৰিছে। ড্ৰাফট সূচী অনুসৰি চেন্নাই, দিল্লী, আহমেদাবাদ, পুনে, ধৰ্মশালা, লক্ষ্ণৌ, মুম্বাই,
Read More...

ৰাষ্ট্ৰীয় স্কুল গেমছ যোগাসনত সুমিতৰ দ্বিতীয়টো ৰূপ, উদিতা ৰাণীয়ে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ ট্ৰফী

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। নতুন দিল্লীৰ এন চি টিত হোৱা যোগদান প্ৰতিযোগিতাত অসমৰ সুমিত দেই ৰিডমিকৰ পাছত আৰ্টিষ্টিকছতো ৰূপৰ পদক অৰ্জন কৰিছে।
Read More...

১৮ তম ৰাষ্ট্ৰীয় পুল লাইফ চেভিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

৮ জুনৰ পৰা ১১ জুনলৈ বাংগালোৰত ১৮ তম ৰাষ্ট্ৰীয় লাইফ চেভিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় । দেউবাৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনিত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰে। অসম দলৰ মেনেজাৰ ধনঞ্জয় দাসে বাংগালোৰৰ পৰা
Read More...

অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰে; ICCৰ সকলো ট্ৰফী…

দ্য অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতক ২০৯ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) লাভ কৰে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই সকলো পুৰুষৰ আই চি চি ট্ৰফী (এদিনীয়া
Read More...

ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে দুগৰাকী মহিলা মল্লযুঁজাৰুৰ সাক্ষ্য গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে…

দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে দুগৰাকী মহিলা মল্লযুঁজাৰুৰ পৰা প্রমাণ বিচাৰিছে বুলি প্রতিবেদনত দাবী কৰা হৈছে৷ দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিঙক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা দুগৰাকী মহিলা মল্লযুঁজাৰুক, প্রমাণ হিচাপে
Read More...