Breaking

Browsing Category

ক্রীড়া-জগত

এদিনীয়া বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱালে ভাৰতৰ মহম্মদ ছিৰাজে

টিম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছিৰাজে এদিনীয়া বলাৰৰ ৰেংকিঙৰ শীৰ্ষ স্থান হেৰুৱাইছে। বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনি অভাৰত ৩৭ ৰান হেৰুৱাই এই কথা প্ৰকাশ কৰিছে।
Read More...

২৩ তাৰিখৰ পবিত্ৰ ৰমজান মাহ। ৰমজানৰ পূৰ্বে পৰিয়ালৰ সৈতে মদিনাত উপস্থিত ছানিয়া মিৰ্জা…

ৰমজানৰ পূৰ্বে পৰিয়ালৰ সৈতে মদিনাত উপস্থিত ছানিয়া মিৰ্জা। প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই শেহতীয়াকৈ পৰিয়ালৰ সৈতে মাডিনাত উপস্থিত হৈছে, সামাজিক মাধ্যমত খেলুৱৈগৰাকীয়ে তেওঁৰ বহু ছবিয়ো শ্বেয়াৰ কৰিছে। বোৰ্খা পিন্ধা খেলুৱৈগৰাকীৰ এই
Read More...

‘আমাৰ যুগত খেলা হ’লে ৩০ৰ পৰা ৫০ শতক অৰ্জন কৰিলেহেঁতেন’, কোহলীক লৈ এই মন্তব্য কৰিলে শ্বোৱেইব…

‘আমাৰ যুগত খেলা হ’লে ৩০ৰ পৰা ৫০ শতক অৰ্জন কৰিলেহেঁতেন’, ৰজা কোহলীক লৈ এক মন্তব্য কৰিলে শ্বোৱেইব আখতাৰ। পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ শ্বোৱেইব আখতাৰে কয় যে বিৰাট কোহলীয়ে যদি নিজৰ সময়ত খেলিলেহেঁতেন তেন্তে তেওঁ ৩০ৰ পৰা ৫০ শতক অৰ্জন
Read More...

তামুলপুৰত চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত দৰ্শকৰ বিপুল সঁহাৰি; অপ্ৰতিদ্বন্দ্বী ভাৰত

খো খো ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত অসম খো খো সন্থাৰ সহযোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ আতিথ্যতএক উৎসৱ মুখৰ পৰিবেশত কালিৰে পৰা তামুলপুৰত আৰম্ভ হৈছে চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ। খেলৰ আজি দ্বিতীয় দিনা দেখা গৈছে দৰ্শকৰ অভাৱনীয়
Read More...

সোণাপুৰত ২৭-৩১ মাৰ্চত ছাব জুনিয়ৰ ল’ৰা ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ; অসম দল ঘোষণা

হেণ্ডবল ফেডাৰেশ্বনৰ অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ২৭-৩১ মার্চত ৩৭ সংখ্যক ছাব জুনিয়ৰ ( ল'ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। ৩০খন
Read More...

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

‘ভাৰতৰ ক্ৰীড়াবিদে চমকপ্ৰদ প্ৰদৰ্শনৰে বৰ্তমান সমগ্ৰ বিশ্বতে উজলি উঠি পদক জয় কৰিবলৈ সক্ষম হৈছে। দেশৰ প্ৰতিবিধ খেলৰ খেলুৱৈয়ে এতিয়া প’ডিয়ামত থিয় হোৱাৰ সফলতাই ভাৰতৰ নতুন প্ৰজন্মৰ দক্ষতাক প্ৰতিফলিত কৰাৰ লগতে যুৱ সমাজৰ মাজত বিশ্বজয় কৰাৰ
Read More...

‘অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদ টেষ্টত শতক অৰ্জন কৰি মই সকাহ পাইছিলোঁ…’ বিৰাট…

বিৰাট কোহলীয়ে কয়- 'অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদ টেষ্টত শতক অৰ্জন কৰি মই সকাহ পাইছিলোঁ...' ! সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন টেষ্ট মেচত বিৰাট কোহলীয়ে ১৮৬ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। এতিয়া ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ
Read More...

ফ্ৰান্সৰ ফুটবল দলৰ পৰৱৰ্তী অধিনায়ক হ’ব কাইলিয়ান এমবাপে, অতি সোনকালে ঘোষণা কৰা হ’ব এমবাপেৰ…

ফ্ৰান্সৰ ফুটবল দলৰ পৰৱৰ্তী অধিনায়ক হ’ব কাইলিয়ান এমবাপে, অতি সোনকালে ঘোষণা কৰা হ’ব কাইলিয়ান এমবাপেৰ নাম। ফ্ৰান্সৰ ফুটবলাৰ কাইলিয়ান এমবাপে যোৱা ফিফা বিশ্বকাপৰ গোল্ডেন বুট বিজয়ী। তাৰকা ফুটবলাৰ কাইলিয়ান এমবাপে এতিয়া নিজৰ জাতীয় দলৰ
Read More...

মুম্বাই ইণ্ডিয়ানছে দায়িত্ব ল’ব নিউয়ৰ্ক ক্ৰিকেট দলৰ…

মুম্বাই ইণ্ডিয়ানছে নিউয়ৰ্ক ক্ৰিকেট দল চলাব, আমেৰিকান লীগত ডাঙৰ বাজি আমেৰিকান ক্ৰিকেট লীগ! আমেৰিকাত আৰম্ভ হোৱা মেজৰ ক্ৰিকেট লীগত মুম্বাই ইণ্ডিয়ানছকে ধৰি ৪টা আই পি এল ফ্ৰেঞ্চাইজিয়ে নিজ নিজ দল ক্ৰয় কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ
Read More...

তামুলপুৰত চতুৰ্থ এছিয়ান খো -খো চেম্পিয়নশ্বিপঃ আজি ভাৰতীয় পুৰুষ আৰু মহিলা খো খো দল ঘোষণা; মহিলা দলত…

কাইলৈৰ পৰা ২৩ মাৰ্চলৈ তামুলপুৰত অনুষ্ঠিত হ'ব লগা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ বাবে আজি ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটা ঘোষণা কৰা হয়৷ আজি সন্ধিয়া তামুলপুৰত এক সংবাদ মেল অনুষ্ঠিত কৰি ভাৰতীয় দল দুটা ঘোষণা কৰে ভাৰতীয় খো খো
Read More...