Breaking

Browsing Category

ক্রীড়া-জগত

সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব; মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন…

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ আন্তঃ সংবাদ মাধ্যম টি-২০ ক্ৰিকেট চেম্পিয়নশ্বিপত পুনৰ চেম্পিয়ন হ’ল ডিফেণ্ডিং চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। নেহৰু ষ্টেডিয়ামত
Read More...

বিশাখাপট্টনমত শতক অৰ্জন কৰাৰ ক্ষেত্ৰত কোহলী শীৰ্ষ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত…

বিশাখাপট্টনমত শতক অৰ্জন কৰাৰ ক্ষেত্ৰত কোহলী শীৰ্ষ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত! ১৯ মাৰ্চত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া। অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনে টীম ইণ্ডিয়াক শক্তিশালী কৰিব। এনে পৰিস্থিতিত ভাৰতে
Read More...

মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত
Read More...

এছিয়ান খো খো চেম্পিয়নশ্বিপলৈ সাজু অসম; গুৱাহাটী পালেহি ইৰাণ, মালয়েছিয়া, দক্ষিণ কোৰিয়াৰ দল

অসম খো-খো সন্থাই ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিব লগা আন্তর্জাতিক প্রতিযোগিতা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্য যে প্রতিযোগিতাৰ স্থলী তামুলপুৰৰ
Read More...

জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন; পাণ্ডিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ভাৰতীয় ক্ৰিকেট দলৰ। অতিথি দল অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতে সদ্যসমাপ্ত ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফী জয় কৰাৰ পাছত আজি অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতৰ জয়লাভ।
Read More...

মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ৰে অভিযান ছয় ভাৰতীয়ৰ

চলিত মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ জয়যাত্রা আজি দ্বিতীয় দিনাও অব্যাহত আছে। উল্লেখ্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সত চলি থকা প্ৰতিযোগিতাখনৰ আজি দ্বিতীয় ছেচনত ভাৰতৰ হৈ প্ৰথমে ৰিঙত নামে
Read More...

আজি ঘোষণা হ’ব এছিয়ান খো খো চেম্পিয়নশ্বিপৰ ভাৰতীয় দল; ভাগ্য নির্ণয় হ’ব তীৰ্থ…

অহা ২০-২৩ মাৰ্চলৈ অসমত অনুষ্ঠিত হ'ব লগা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে দুই বিদেশী ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পুৰুষ-মহিলাৰ দল। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসমীয়া
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বিৰাট কোহলীয়ে গঢ়িব অভিলেখ, ক’লে এই কথা…

বিৰাট কোহলীয়ে যোৱা এদিনীয়া শৃংখলাত এটাৰ পিছত আনটো শতক অৰ্জন কৰিছে। এনে পৰিস্থিতিত, তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কিছু ডাঙৰ অভিলেখ গঢ়াৰ সম্ভাৱনা। বিৰাট কোহলীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন এদিনীয়া শৃংখলাত চাৰিটা
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দলৰ অধিনায়ক হিচাপে দেখা যাব হাৰ্দিক…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দলৰ অধিনায়ক হিচাপে দেখা যাব ভাৰতৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। প্ৰথমখন এদিনীয়াত পাৰিবাৰিক কাৰণত ৰোহিত শৰ্মা অনুপস্থিত থাকিব, তেনে ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই ভাৰতৰ এদিনীয়া দলৰ
Read More...

দিল্লী কেপিটেলছৰ খেলৰ পৰা বঞ্চিত হ’ব ঋষভ পন্ত…

ঋষভ পন্তৰ অনুপস্থিতিৰ বাবে দিল্লী কেপিটেলছৰ খেলৰ পৰা বঞ্চিত হ’ব! দিল্লী কেপিটেলছৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড আছিল ঋষভ পন্ত। দ্ৰুত বেটিঙেৰে বহু মেচত জয়লাভ কৰিছে পন্তে। দিল্লী কেপিটেলছে আজি (১৬ মাৰ্চ) নিজৰ দলৰ নতুন অধিনায়ক ঘোষণা কৰে। দিল্লী
Read More...