Breaking

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাব মহোৎসৱ

0 1,555

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাব মহোৎসৱ।সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা সত্ৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাব মহোৎসৱ সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি পালন কৰা হয়।আজিৰে পৰা সাতদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি স্থাপন কৰা হয়।

যথেষ্ঠ সংখ্যক ভক্তিপ্ৰাণ ৰাইজৰ সমাগমৰ লগতে ৰাতিপুৱাৰ পৰা নাম কীৰ্তনেৰে মুখৰিত হৈছে সত্ৰৰ চৌপাশ।দুটা বছৰে কৰণাৰ বাবে প্ৰসাদ বিতৰণ পৰা বিৰত আছিল।এইবাৰ প্ৰসাদ বিতৰণৰ কাৰ্য্যসূচী লোৱা হয়।

Leave A Reply