Breaking

অসমীয়া ছবিৰ প্ৰবীন অভিনেত্ৰী বৰুণা চৌধুৰীৰ দেহাৱসান ৷

0 571

১১ অক্টোবৰৰ আজি দুপৰীয়া উলুবাৰীৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ ৷ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৩ বছৰ ৷ “সতী বেউলা”, “মাটিৰ স্বৰ্গ”, “মেঘমুক্তি”, মানসী,উপগ্ৰহ, আদি কেবাখনো ছবিত অভিনয় কৰিছিল৷

কেইবাখনো অসমীয়া জনপ্ৰিয় বোলছবিত অভিনয় কৰা বৰুণা চৌধুৰী অসমীয়া নাট্যজগতৰ প্ৰথমগৰাকী সহ:অভিনেত্ৰী আছিল।
অভিনেত্ৰীৰ লগতে প্ৰচাৰবিমুখ শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি একাজলি শ্ৰদ্ধাঞ্জলি নিবেদিলো

Leave A Reply