Breaking

ডাঠ কুঁৱলীৰ বাবে হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ প্ৰশাসন ! হোজাই জিলা প্ৰশাসনে নিশাৰ ভাগত জাৰি কৰিছে ১৪৪ ধাৰা…

0 37

ডাঠ কুঁৱলীৰ বাবে হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ প্ৰশাসন। হোজাই জিলা প্ৰশাসনে নিশাৰ ভাগত জাৰি কৰিছে ১৪৪ ধাৰা। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা প্ৰযোজ্য হ’ব।

এই সময়ছোৱাত হোজাইৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ। । ধাবা, ৰিজ’ৰ্ট, পথৰ দাঁতিত ৰখাই থব নোৱাৰিব বাহন। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথত চলাচল কৰিব নোৱাৰিব ডাম্পাৰ।

সন্ধিয়া ৫ বজাৰ ৭ বজালৈ ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ। এই আইন উলংঘা কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’ব জিলা প্ৰশাসনে।

Leave A Reply