শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ক’ৰনাৰ উদ্বেকজনক গণ সংক্ৰমণৰ মাজতে হ’ম ডেলিভাৰী কৰি অহা একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ফলস্বৰুপে জামুগুৰিহাটত মূল্য বৃদ্ধি ঘটোৱা এই সকল অসাধু ব্যৱসায়ক কঠোৰ ভাবে সকিয়নী প্ৰদান কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে। ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ জামুগুৰিহাটত উপস্থিত হোৱা জিলা উপায়ুক্ত গৰাকীয়ে জটিল তথা সংকটপূৰ্ণ সময়ত মূল্য বৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব দিয়ে। ইয়াৰ উপৰিও জামুগুৰিহাটত অধিক ক’ৰণা সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা পানপুৰ হকমাত উপস্থিত হৈ জিলা উপায়ুক্ত গৰাকীয়ে নিজে পৰিদৰ্শন কৰি ক’ভিড বিধি উলংগা কৰা সকলৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে স্থানীয় প্ৰশাসন,গাঁওবুড়াকে ধৰি গাঁওৰক্ষী বাহিনীসকলকো। ইয়াৰ উপৰিও জামুগুৰিহাটত যি সকল লোকে হ’ম ডেলিভাৰি কৰি অহাৰ মাজতে দোকান খোলা আৰু মূল্য বৃদ্ধি প্ৰসংগত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যতকে অধিক ললে আৰু যি সকল হ’ম ডেলিভাৰী কৰাৰ লগতে দোকান খোলিছে সেইসকলৰ দোকান ছীল কৰা হব আৰু হ’ম ডেলিভাৰী কৰিবলৈ দিয়া অনুমতি পত্ৰও বাতিল কৰা হব বুলি কয়।
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোন ধুনীয়া উৰ্ফিনে, জিঅৰ্জিয়া? উৰ্ফি জাভেদতকৈ হট আৰবাজ খানৰ ৫০বছৰীয়া প্ৰেমিকা জিঅৰ্জিয়া এন্দ্ৰিয়ানি! ফটো চাওক…
- আপুনি দুৰ্বল চুলিৰ গৰাকী নেকি? গতিকে এনেদৰে নৰসিংহ পাত ব্যৱহাৰ কৰক…
- প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব…
- মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ! পতন JDU-BJP চৰকাৰ।নতুন চৰকাৰ গঠনৰ দাবী…
- আলিয়াৰ গৰ্ভধাৰণৰ বিষয়ে কৰীণা কাপুৰে ক’লে – ‘মইও কম বয়সতে গৰ্ভৱতী হৈছিলোঁ’…
- ছ’চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে উৰ্ফিয়ে! কিয় এগৰাকী অভিনেত্ৰীক লক্ষ্য কৰি লৈছে উৰ্ফিয়ে…
- স্বাধীনতা দিৱসৰ সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ ফ্লেগমাৰ্চ
- অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকাৰে “ত্ৰিৰংগা যাত্ৰা”
- ওদালগুৰি জিলা আপকু’ৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পবিত্ৰ স্মৃতিত সাংবাদিক সংহতি দিৱস পালন
- বিদ্যুৎ সংসোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীতবিদ্যুৎ কৰ্মীৰ দিনজোৰা ধৰ্মঘট…