উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ শুনানি !সমূহ গোচৰ একত্ৰীকৰণৰ বাবে ৪ সপ্তাহৰ সময়সীমা… ন্যায় By দৈনন্দিন বাৰ্তা Last updated Sep 20, 2023 0 21 Share উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ শুনানি। মুখ্য ন্যায়াধীশৰে গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত এই শুনানি। ১৭ অক্টোবৰৰ পৰা সাংবিধানিক বিচাৰপীঠত নিয়মীয়া শুনানি। সমূহ গোচৰ একত্ৰীকৰণৰ বাবে ৪ সপ্তাহৰ সময়সীমা Supreme Court 0 21 Share