Breaking

সুশান্ত অভিনীত চলচ্চিত্র শেষৰখন চলচ্চিত্র ‘দিল বেচাৰা’ই গঢ়িলে অভিলেখ

0 1,250

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ সুশান্ত সিং ৰাজপুতৰ জীৱনকালৰ শেষৰখন ছবিয়ে গঢ়িলে অভিলেখ। তিনিঘন্টাত IMDBত ১০ৰেটিংৰে জিলিকি উঠিল সুশান্ত সিং ৰাজপুত অভিনীত শেষৰখন চলচ্চিত্র দিল বেচাৰাই। নিজস্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান লাভ কৰিছিল সুশান্ত সিং ৰাজপুতে। সুশান্তৰ আত্মহত্যাৰ ঘটনা আজিও ৰহস্যৰ আৱৰ্তত সোমাই থাকিল। তথাপিও সুশান্তৰ মৃত্যুক সহজভাৱে মান লব পৰা নাই তেওঁৰ অনুৰাগীয়ে। ছবিখন হটষ্টাৰত মুক্তি লাভ কৰিছিল ২৪জুলাত। মুক্তিৰ পিছতে প্ৰবল ধুমুহাৰ গতিত দৰ্শক বৃদ্ধি পাই হটষ্টাৰত আৰু তাৰ দুঘণ্টাৰ পিছতে ক্ৰাচ হৈ যায় হটষ্টাৰ। টুইটাৰযোগে এই খবৰ দিয়ে ছবিখনৰ পৰিচালকে।

Leave A Reply