Breaking

ৰূপহী ঘেহুৱাৰ চলচলি হাজী সদৰ আলী সুবাহি মাদ্ৰাছা খেল পথাৰত নৱগঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু নগাঁও জিলা সমিতিৰ শপত গ্ৰহণ…

0 46

নগাঁও জিলাৰ ৰূপহী ঘেহুৱাৰ চলচলি হাজী সদৰ আলী সুবাহি মাদ্ৰাছা খেল পথাৰত নৱগঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু নগাঁও জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশু শ্ৰমিক, সুত, জুৱা, ড্ৰাগছ, চোৰাং ব্যৱসায় আৰু অনান্য অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমছু কেন্দ্ৰীয় সভাপতি ইকবাহুছেইন সাধাৰণ সম্পাদক নজৰুল ইছলাম; ৰাষ্ট্ৰীয় মুছলিম পাস্মণ্ডা মহাজ ৰাজ্যিক সভাপতি চাহ আলম লগতে হোজাই জিলা আমছুৰ সভাপতি আৰিফ উদ্দিন, সাধাৰণ সম্পাদক লুৎফুৰ ৰহমান, মুখ্য সাংগঠনিক সম্পাদক হিলাল উদ্দিন, তথ্য আৰু প্ৰযুক্তি সম্পাদক শ্বিহাব উদ্দিন আদি কৰি অন্যান্য বিষয়ববীয়া সকলক।

সভাত নগাঁও জিলা আমছুৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰোৱা হয়।, শপত বাক্য পাঠ কৰায় কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইন নগাঁও জিলাৰ কমিটিৰ সভাপতি জুলহাশ মিঞা, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান, লগতে হজৰত আলী কাজিম উদ্দিন নুৰুল হক আবুবক্কৰ ছিদ্দিক আশিকুল ইছলাম হবিবুৰ ৰহমানৰ আৰু অন্যান্য বিষয়ববীয়া সকলক । লগতে আমছুৰ কেন্দ্ৰীয় আৰু জিলা কমিটিৰ বিষয় বভিয়া সকল উপস্থিত থাকে।

Leave A Reply