August 24, 2024 নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ পুখুৰীত জাঁপ দিছিল তাফাজ্জুলে ৷ দুঘণ্টাজোৰা অভিযানৰ অন্তত পুখুৰীৰ পৰা উদ্ধাৰ তাফাজ্জুলৰ মৃতদেহ৷ Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026