লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ বৰছলা গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ সৰুছলা মছজিদ প্ৰাংগণত সোমবাৰে বৰছলা মণ্ডল কংগ্ৰেছৰ সভাপতি ইছমাইল শ্বেখৰ সভাপতিত্বত আৰু লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ উপস্থিতত এখন যোগদান সভা অনুষ্ঠিত হৈ যায়।!-->…
Read More...
Read More...