Tag: APP

Browse our exclusive articles!

ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপ নেত্ৰীৰ সমালোচনা

অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে। আনহাতে ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছে। কিন্তু প্ৰশাসনে বলাৎকাৰৰ বলি ধিঙৰ কিশোৰীগৰাকীক ন্যায় প্ৰদানত ব্যৰ্থ হৈছে বুলি চৰকাৰক সমালোচনা আপৰ।

Arvind Kejriwal: অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

পুনৰ দল সলনিৰ কাৰণ ব্যাখ্যা কৰি এগৰাকী কাউন্সিলাই দাবী কৰে যে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁক সপোনত আপৰ নেতৃত্বক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিছিল। মাত্ৰ চাৰিদিন পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল।

টিংখঙত কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান! ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা ডাঃ ভবেন চৌধুৰীৰ…

টিংখঙত দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে জড়িত সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি আম আদমী পাৰ্টিত যোগদান কৰে। টিংখং বিধান সভা সমষ্টিৰ ৰাজগড়স্থিত...

কংগ্ৰেছ, বিজেপি, চিপিএম ত্যাগ কৰি তিনি শতাধিকৰ আপত যোগদান ডিগবৈত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা

বিজেপি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ প্ৰতি মোহ ভংগ হৈ দেওবাৰে ডিগবৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিত যোগদান কৰিলে তিনি শতাধিক লোকে। আপৰ যুৱ...

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল কলকাতাৰ বলাৎকাৰ কাণ্ডৰ অপৰাধীৰ মৃত্যুদণ্ডৰ দাবী আপৰ

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটীৰ ৰাজপথ। গণেশগুৰিস্থিত আম...

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img