Breaking

Browsing Tag

APP

দিল্লীৰ মেয়ৰ নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী নিদিলে! পুনৰ নিৰ্বাচিত হ’ল আপৰ নেত্ৰী শ্বেলী ওবেৰয়

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। ইয়াৰ পিছত তিনিবাৰকৈ মেয়ৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল যদিও আপ-বিজেপিৰ বিবাদৰ বাবেই সেয়া হোৱা নাছিল। অৱশেষত ফেব্ৰুৱাৰী মাহত আম আদমি
Read More...

এতিয়াৰে পৰা বুথৰ পৰা জিলা পৰ্যায়লৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী হ’ব আম আদমি পার্টীৰ

আম আদমি পার্টী শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা আজি বিহাগুৰিৰ চন্দ্ৰ নাথ শৰ্মা ভৱনত অনুষ্ঠিত হয়। দলটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি পুতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআই ৰ চমন; মহানগৰীৰৰ ৰাজপথত কেজৰিৱালৰ সমৰ্থনত প্ৰতিবাদ

দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজিৰৱালক সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্রদান কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা-কৰ্মী। এই লৈ আজি দেশৰ
Read More...

থাৰ্ড ফ্ৰণ্ট কেনেকৈ গঠন হ’ব? কেজৰিৱালে ৰাতিৰ আহাৰ খাবলৈ আমন্ত্ৰণ জনাইছিল ৭ জন মুখ্যমন্ত্ৰীক, কিন্তু…

থাৰ্ড ফ্ৰণ্ট কেনেকৈ গঠন হ’ব? কেজৰিৱালে ৰাতিৰ আহাৰ খাবলৈ ৭ জন মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰিলে, কিন্তু এজনো নাহিল! আম আদমী পাৰ্টিৰ কাৰ্যসূচীৰ পৰা কৌশলগতভাৱে আমন্ত্ৰণ পোৱা বিৰোধী দলসমূহৰ নেতাসকলে নিজকে আঁতৰাই ৰাখিছে। এই ৰাজনৈতিক দলসমূহে কংগ্ৰেছ
Read More...

৮ ঘণ্টা জেৰাৰ অন্তত ছিছ’ডিয়াক গ্ৰেপ্তাৰ ! আজি CBI য়ে আদালতত হাজিৰ কৰাব মনীষ ছিছ’ডিয়াক…

২৬ ফেব্ৰুৱাৰীত প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হয়। মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰৰ বাবে আপৰ নেতা আৰু কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰায় ৬-৭ মাহ ধৰি চিবিআইয়ে ছিছ’ডিয়াক অবিৰতভাৱে জেৰা কৰি আহিছিল।
Read More...

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ তুলিলে বিজেপিয়ে, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী

দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিচে বিজেপিয়ে।অনিয়মৰ অভিযোগ তুলি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে গেৰুৱা দলটোৱে। নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত আম আদমী পাৰ্টীয়ে অনিয়ম কৰাৰ অভিযোগ উত্থাপন
Read More...

‘আপ এটা বিফল ৰাজনৈতিক ষ্টাৰ্টআপ’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আম আদমী পাৰ্টিক উপহাস কৰি কৈছিল যে দলটো এটা বিফল ষ্টাৰ্টআপ। বিশ্বই প্ৰতিবেদনৰ সৈতে কথা পাতি কৈছিল যে দলটোৱে আগবাঢ়ি যোৱা নাই কিয়নো ই কোনো প্ৰমাণ অবিহনে ১০ বছৰধৰি একেটা সামগ্ৰী বিক্ৰী কৰিবলৈ চেষ্টা কৰি
Read More...

কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিত ৫৬ নং বিধান সভা সমষ্টিৰ আম আদমি পাৰ্টীৰ কাৰ্যালয়ৰ উদ্বোধন

আম আদমি পাৰ্টীৰ ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সমন্বয়ক, জিতুল ডেকা ৰাজ্যিক যুটীয়া সমন্বয়ক, ব্ৰজেন সন্দিকৈ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰ সহযোগত কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ ৫৬ নং বিধান সভা সমষ্টিত আম আদমি পাৰ্টী ৰ কাৰ্যালয় উদ্বোধন কৰা হয়।
Read More...