Breaking

Browsing Tag

APP

I.N.D.I.A.ত আউল লগালে অৰবিন্দ কেজৰিৱালে! পঞ্জাৱত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত…

লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ত আকৌ আউল। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে ডাঙৰ ঘোষণা। পঞ্জাৱত আন দলক এৰি নিদিয়ে এখনো আসন।
Read More...

১১ বছৰ সম্পূৰ্ণ আপৰ, ‘আমি আটাইতকৈ সৎ, ইডি-চিবিআইয়ে একো নাপালে’- অৰবিন্দ কেজৰিৱাল

আপ প্ৰতিষ্ঠা দিৱসঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে ‘আপ’ দলৰ প্ৰতিষ্ঠা দিৱসত সকলো কৰ্মী আৰু সমৰ্থকক শুভেচ্ছা জনাইছে। তেওঁ কয়, 'জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে, আমি আমাৰ দৃঢ় উদ্দেশ্যৰে আগবাঢ়ি যাম।'
Read More...

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ…

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ। অভিলেখৰ সলনি মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক ঃ ভবেন চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি কেৱল দুদিনৰ
Read More...

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন…

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। ৰাজ্যৰ গাওঁ পঞ্চায়ত সমূহ দখলৰ ৰণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে আজি দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত
Read More...

আম আদমি পাৰ্টিৰ নেতৃত্ব সলনি হ’ব নেকি ৰাজ্যত । লাজ লাজকৈ “আপ” লৈ যোৱাৰ প্ৰস্তুতি…

এইবাৰ অৰবিন্দ কেজৰিৱালৰে যুতি বান্ধিবলৈ মন মেলিছে সাংসদ অজিত কুমাৰ ভূঞাই। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে কেজৰিৱালৰ আৰু অজিত ভূঞাৰ যুতি। উল্লেখ্য যে সাংসদ ভূঞাৰ কাষৰ আবাসত থাকে আপৰ সাংসদ ৰাঘৱ চাদ্ধ। সেই সূত্ৰে আপৰ
Read More...

মণিপুৰৰ কাণ্ডৰ বিৰুদ্ধাচৰণেৰে ছ’চিয়েল মিডিয়াত ‘আপ’ ৰ ব্যাপক ট্ৰেণ্ডিং অভিযান

বিগত প্ৰায় চাৰে তিনি মাহে গোষ্ঠী সংঘর্ষ অব্যাহত থকা মণিপুৰত শেহতীয়াকৈ সংঘটিত এক ভয়ানক তথা বীভৎস ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। ৰাজ্যখনত ধৰ্মীয় অনুষ্ঠানবোৰৰ লগতে মানুহৰ
Read More...

মিছন ২০২৪ৰ আৰম্ভ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ…

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ সমন্বয়ক অৰবিন্দ কেজৰিৱালে আজি ৰামলীলা ময়দানত নিজৰ শক্তি প্ৰদৰ্শন কৰিব। এই ক্ষেত্ৰত তেওঁলোকে মেগা ৰেলী অনুষ্ঠিত কৰিছে। ৰেলীৰ কাৰণ ট্ৰেন্সফাৰ পোষ্টিং অধ্যাদেশ বুলি কোৱা হৈছে যদিও বিশেষজ্ঞসকলৰ মতে এই
Read More...

খোৱা পানীৰ সংকট আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ উদিগ্ন আম আদমি পাৰ্টী…

ৰাজ্যত বিগত এসপ্তাহত উৎকট গৰমে জনজীৱন বিপর্যস্ত কৰাৰ সমান্তৰাল ভাবে মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত খোৱা পানীৰ তীব্র সংকটে গা কৰি উঠিছে । ভূতৰ ওপৰত দানহ পৰা দি শক্তি বিভাগে লোড শ্বেডিংৰ নামত সঘনাই বিদ্যুত কৰ্তন কৰাৰ লগতে বৃদ্ধি কৰিছে
Read More...

উজনি অসমত ক্রমে বৃদ্ধি আম আদমি পাৰ্টীৰ জনপ্রিয়তা, বৃদ্ধি দলীয় শক্তি

২০২৪ ৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সংগঠন শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে আম আদমি পাৰ্টীয়ে। এই উদ্দেশ্যেৰে আজি দলটোৰ ৰাজ্যিক উপ- সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত
Read More...

উজনি অসমত ক্ৰমাত বৃদ্ধি আম আদমী পাৰ্টীৰ জনপ্ৰিয়তা, বৃদ্ধি পাইছে দলীয় শক্তি

ডিব্ৰুগড় মিলন নগৰ স্থিত পেঞ্চনাৰ ভৱনত আম আদমী পাৰ্টীৰ বৃহত যোগদান কাৰ্যসূচী। শ শ লোকৰ যোগদান আম আদমীত। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত
Read More...