Breaking

Browsing Tag

APP

ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপ নেত্ৰীৰ সমালোচনা

অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে। আনহাতে ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছে। কিন্তু প্ৰশাসনে…
Read More...

Arvind Kejriwal: অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

পুনৰ দল সলনিৰ কাৰণ ব্যাখ্যা কৰি এগৰাকী কাউন্সিলাই দাবী কৰে যে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁক সপোনত আপৰ নেতৃত্বক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিছিল। মাত্ৰ চাৰিদিন পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল।
Read More...

টিংখঙত কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান! ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা…

টিংখঙত দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে জড়িত সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি আম আদমী পাৰ্টিত যোগদান কৰে। টিংখং বিধান সভা সমষ্টিৰ ৰাজগড়স্থিত ভূঞা বিবাহ ভবনত অনুষ্ঠিত যোগদান সভাত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী,
Read More...

কংগ্ৰেছ, বিজেপি, চিপিএম ত্যাগ কৰি তিনি শতাধিকৰ আপত যোগদান ডিগবৈত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা

বিজেপি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ প্ৰতি মোহ ভংগ হৈ দেওবাৰে ডিগবৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিত যোগদান কৰিলে তিনি শতাধিক লোকে। আপৰ যুৱ শক্তি আৰু ডিগবৈ সমষ্টি সমিতিৰ উদ্যোগত আয়োজিত বৃহৎ যোগদান কাৰ্যসূচীত
Read More...

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল কলকাতাৰ বলাৎকাৰ কাণ্ডৰ অপৰাধীৰ মৃত্যুদণ্ডৰ দাবী আপৰ

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটীৰ ৰাজপথ। গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ
Read More...

স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ…

স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ
Read More...

অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবী আপৰ…

"ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে অভূতপূৰ্ব বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাওঁ পানীৰ তলত আছে।  ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোক সকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য
Read More...

আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ…

আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ। আজি দিল্লীত আপৰ দিল্লীৰ মন্ত্ৰী তথা আপৰ জেষ্ঠ নেত্ৰী আতিষী মাৰ্লিন, উত্তৰ পূৱৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আম
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই । সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হয় কেজৰিৱাল । ইয়াৰ পাছতে শুনানি আৰম্ভ হয় আৰু
Read More...

২০২৬ চনত অসমত আপৰ চৰকাৰঃ ভগৱন্ত মান, অসমত ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ পঞ্জাবৰ…

"আপোনালোকে মোৰ কথা লিখি ৰাখক। মই কৈছো - ২০২৬ চনৰ এপ্ৰিলত অসমত আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। " শুক্ৰবাৰে বিশ্বনাথ চাৰিআলিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্যৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ
Read More...