Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
ASSAM
Search
Browse our exclusive articles!
pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য...
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 6, 2024
জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে, অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীযূষ হাজৰিকাৰ। জাগীৰোড আৰু লাহৰীঘাট জিলাত সম আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।(pijush hazarika comments on asom sammilita morcha)
Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 5, 2024
(Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
Darrang: সামাজিক বান্ধোনৰ নামত লজ্জাজনক কাণ্ড, ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া
গ্ৰাম্যৰ্থ
দৈনন্দিন বাৰ্তা
-
October 5, 2024
(Social Bonding)সামাজিক বান্ধোনৰ নামত (Darrang) দৰঙত আকৌ পোহৰলৈ আহিছে এক আজৱ কাণ্ড। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ এক পৰিয়ালক গাওঁ খনৰে একাংশ বৰমুৰীয়াই সামাজিক ভাৱে এঘৰীয়া কৰাই নহয়, ৫০ হাজাৰ টকা জৰিমনা আৰু ছাগলীৰে ভোজ-ভাত নিদিলে চিৰদিন গাওঁ খনত থাকিব লাগিব এঘৰীয়া হৈ। এই সিদ্ধান্তত অটল ৰামৰাইপাৰাবাসীয়ৈ বিগত তিনিমাহে গাঁওৰ পৰা এঘৰীয়া কৰি ৰাখিছে নবকান্ত বৰুৱাৰ পৰিয়ালটোক।
Durga Puja Guidelines 2024: সমাগত দুৰ্গা পূজাঃ গুৱাহাটীত পূজা সমিতিলৈ আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা, কি আছে নিৰ্দেশনাত?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 5, 2024
গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে।(Durga Puja Guidelines 2024)
Assamese Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি, সাহিত্য সভাৰ ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু ব্যক্তিগত অনুভৱ
অসম
দৈনন্দিন বাৰ্তা
-
October 5, 2024
আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)
1
...
143
144
145
...
2,839
Page 144 of 2,839
Popular
হিন্দু পৰিয়ালক কমেও দুটা সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ।
দৈনন্দিন বাৰ্তা
-
December 30, 2025
চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg
অপৰাধ
December 30, 2025
চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।
Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি
মুখ্য-পৃষ্ঠা
December 30, 2025
Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷
Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক
মুখ্য-পৃষ্ঠা
December 30, 2025
Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক। বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷
Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…
মুখ্য-পৃষ্ঠা
December 30, 2025
Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু...
Subscribe
I want in
I've read and accept the
Privacy Policy
.