Tag: ASSAM

Browse our exclusive articles!

পদ্মশ্ৰী সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ…

আপুনি মোক ভুল প্ৰমাণিত কৰিলেঃ পদ্মশ্ৰী বঁটা লাভ কৰি মোদীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ। শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে বুধবাৰে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান। এই...

অতিথিক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ঢাকি দিয়া হৈছিল ভৰলুক। GMC-এ দিলে স্পষ্টীকৰণ…

বুধবাৰে ত্ৰিপালেৰে ঢাকি গুৱাহাটীৰ মহানগৰীৰ মৰাভৰলুক দিছিল এক অনন্য ৰুপ ৷ এই কাৰ্যক লৈ সৰ্বত্ৰে চৰ্চা হৈছিল ৷ আই পি এলৰ পূৰ্বে ভৰলুৰ এই...

মৰিগাঁৱৰ চাবুকধৰাত তিৱা ভাষা দিৱস উদযাপন

তিৱা মাথনলাই তখ্ৰা (সাহিত্যে সভা) ৰ উদ্যোগত মৰিগাঁওৰ চাবুকধৰাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হল তিৱা ভাষা দিৱস। ১৯৯৭ চনৰ ৫ এপ্ৰিল তাৰিখে তিৱা ভাষাৰ...

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা আয়োজন কৰিছে “স্বাস্থ্য সেৱা উৎসৱ”…

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা ৮ এপ্ৰিললৈকে “স্বাস্থ্য সেৱা উৎসৱ” আয়োজন কৰিছে। ৰাজ্যৰ অন্য জিলাৰ লগতে দৰং জিলাৰ গৰুখুতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য...

মদ্যপান কৰাটো স্বাস্থ্যৰ বাবে বেয়া নহয়? এক গৱেষণাত প্ৰকাশ পাইছে এই কথা…

WHOৰ এক প্ৰতিবেদন ওলাইছে য’ত প্ৰকাশ পাইছে যে কেনে ধৰণে আৰু কিমান পৰিমাণৰ মদ্যপান কৰিব লাগে। যাতে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। স্বাস্থ্যৰ লগত সুৰাৰ...

Popular

অস্তিত্বৰ সংকটত ঐতিহাসিক দৰিকাৰ শিলৰসাঁকোঃ আমাৰ ঐতিহ্যৰ সুৰক্ষা আৰু পুৰাতত্ত্ব বিভাগৰ ভূমিকা

শিৱসাগৰ দৰিকা নদীৰ ওপৰত থকা ঐতিহাসিক শিলৰসাঁকোখন বৰ্তমান তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে। শেহতীয়াকৈ অহা সংহাৰী বানৰ কৱলত পৰি এই ৰজাদিনীয়া কীৰ্তিচিহ্নটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ

ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব ১ লাখ ২০ হাজাৰ টকা। সাংঘাটিকভাৱে ক্ষতিগ্রস্তয়ো পাব ১ লাখ ২০ হাজাৰ টকা। বানত গৰু উটি গ'লে লাভ কৰিব ৩৭,৫০০ টকা।

বান বিভীষিকাৰ মাজতে নাজিৰাত আন এক হৃদয়বিদাৰক ঘটনা

নাজিৰাত কৰুণ ঘটনা। বান বিভীষিকাৰ মাজতে নাজিৰাত সংঘটিত আন এক হৃদয়বিদাৰক ঘটনা। একে পৰিয়ালৰ দুজন মৃত্যু।

Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন। ম’বাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে।

Subscribe

spot_imgspot_img